Bhakti Boson - Thru the Bible Assamese

Bhakti Boson - Thru the Bible Assamese

ভক্তিবচন - Bhakti Boson @ ttb.twr.org/assamese

2335 - পাচনি কৰ্ম্ম 7:1-35
"ভক্তিবচন" অনুষ্ঠানটি বিশ্বজুৰি বাইবেল শিক্ষা প্ৰদান কৰা পৰিচৰ্য্যাৰ এটি অংশ ৷ বৰ্তমান ১০০তকৈয়ো অধিক ভাষাত অনুদিত হোৱা এই শিক্ষাসমুহ ড. জে ভাৰ্নন মেকগিৰ দ্বাৰা প্ৰথমতে সজোৱা হৈছিল ৷ প্ৰতিদিনে ৩০ মিনিটৰ এই অনাতাঁৰ অনুষ্ঠানসমুহ এনেদৰে সুশৃংখলভাৱে সজোৱা হৈছিল যে এজন শ্ৰোতাই সহজতেই বাইবেলখন শিকিব পাৰে ৷ এতিয়া সেই অনুষ্ঠানসমুহকেই অনলাইনযোগে আপোনালৈ আগবঢ়োৱা হৈছে ৷ এই অনুষ্ঠানসমুহ শুনি ঈশ্বৰৰ বাক্য শিকিবলৈ আৰম্ভ কৰাৰ বাবে আমি আপোনাৰ ওচৰত অতি কৃতজ্ঞ ৷ আপুনি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিদিনে একোটাকৈ অনুষ্ঠান শুনিবলৈ পৰামৰ্শ আগবঢ়াইছো ৷ আপুনি এইদৰে অনাগত ৫ বছৰ নিয়মীয়াকৈ প্ৰতি সপ্তাহে শুনি থাকিলে সম্পূৰ্ণ বাইবেলখন অধ্যয়ন কৰি অতাব পাৰিব ৷
2335 - পাচনি কৰ্ম্ম 7:1-35
00:00

Episodes

2335-

পাচনি কৰ্ম্ম 7:1-35

Mon, 29 Dec 2025
2334-

পাচনি কৰ্ম্ম 6:1-15

Fri, 26 Dec 2025
2333-

পাচনি কৰ্ম্ম 5:1-42

Thu, 25 Dec 2025
2332-

পাচনি কৰ্ম্ম 4:1-36

Wed, 24 Dec 2025
2331-

পাচনি কৰ্ম্ম 3:1-26

Tue, 23 Dec 2025